সাংখ্যযোগ - শ্লোকসমূহ শ্লোক ২৩
সাংখ্যযোগ
শ্লোক ২৩
নৈনং ছিন্দন্তি শস্ত্রাণি নৈনং দহতি পাৱকঃ |
ন চৈনং ক্লেদযন্ত্যাপো ন শোষযতি মাৰুতঃ ||২-২৩||
শ্রীভগবানুবাচ
অনুবাদ
এই আত্মাক অস্ত্ৰই কাটিব নোৱাৰে, অগ্নিয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে আৰু বতাহে শুকাব নোৱাৰে।