মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪৫
মোক্ষসন্ন্যাসযোগ
শ্লোক ৪৫
স্বে স্বে কৰ্মণ্যভিৰতঃ সংসিদ্ধিং লভতে নৰঃ |
স্বকৰ্মনিৰতঃ সিদ্ধিং যথা বিন্দতি তচ্ছৃণু ||১৮-৪৫||
Translation
নিজ নিজ কৰ্মত নিৰত হৈ মানুহে সিদ্ধি লাভ কৰে। নিজৰ কৰ্মত নিৰত হৈ কেনেকৈ সিদ্ধি লাভ কৰিব পাৰি, সেয়া শুনা।