শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ১০
শ্ৰদ্ধাত্ৰয়বিভাগযোগ
শ্লোক ১০
যাতয়ামং গতৰসং পূতি পৰ্যুষিতং চ যৎ |
উচ্ছিষ্টমপি চামেধ্যং ভোজনং তামসপ্ৰিয়ম্ ||১৭-১০||
Translation
অৰ্ধপক্ব, ৰসহীন, দুৰ্গন্ধযুক্ত, বাসি, উচ্ছিষ্ট আৰু অপবিত্ৰ আহাৰ তামসিক লোকৰ প্ৰিয়।