দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ৯
শ্লোক ৯
এতাং দৃষ্টিমৱষ্টভ্য নষ্টাত্মানোঽল্পবুদ্ধয়ঃ |
প্ৰভৱন্ত্যুগ্ৰকৰ্মাণঃ ক্ষয়ায় জগতোঽহিতাঃ ||১৬-৯||
Translation
এই ধাৰণাৰ আশ্ৰয় লৈ নষ্ট স্বভাৱৰ, অল্পবুদ্ধিৰ আৰু উগ্ৰ কৰ্ম কৰা লোকসকলে জগতৰ অহিত সাধন কৰিবলৈ আৰু ধ্বংস কৰিবলৈ জন্ম লয়।