Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 16 শ্লোকসমূহ 21
দৈবাসুৰসম্পদ্বিভাগযোগ · শ্লোক ২১
শ্লোক ২১
ত্ৰিৱিধং নৰকস্যেদং দ্বাৰং নাশনমাত্মনঃ |
কামঃ ক্ৰোধস্তথা লোভস্তস্মাদেতত্ৰয়ং ত্যজেৎ ||১৬-২১||
অনুবাদ
কাম, ক্ৰোধ আৰু লোভ— এই তিনিটা আত্মবিনাশৰ নৰকদ্বাৰ। সেয়েহে এই তিনিটাক ত্যাগ কৰিব লাগে।
আই আই টি কানপুৰ গীতা ছুপাৰচাইটত অধিক অনুবাদ আৰু মন্তব্য
[সম্পাদনা কৰক]