ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ৩৪
শ্লোক ৩৪
যথা প্ৰকাশয়ত্যেকঃ কৃৎস্নং লোকমিমং ৰবিঃ |
ক্ষেত্ৰং ক্ষেত্ৰী তথা কৃৎস্নং প্ৰকাশয়তি ভাৰত ||১৩-৩৪||
Translation
হে ভাৰত! যিদৰে এজন সূৰ্যই এই সমগ্ৰ জগতক প্ৰকাশ কৰে, সেইদৰে ক্ষেত্ৰীয়ে (ক্ষেত্ৰজ্ঞ) সমগ্ৰ ক্ষেত্ৰক প্ৰকাশ কৰে।