ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ২৫
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ২৫
ধ্যানেনাত্মনি পশ্যন্তি কেচিদাত্মানমাত্মনা |
অন্যে সাঙ্খ্যেন যোগেন কৰ্মযোগেন চাপৰে ||১৩-২৫||
Translation
কোনোৱে ধ্যানৰ দ্বাৰা আত্মাক নিজৰ ভিতৰতে দেখে, কোনোৱে সাখ্য যোগৰ দ্বাৰা, আৰু কোনোৱে কৰ্মযোগৰ দ্বাৰা দেখে।