ভক্তিযোগ - Verse শ্লোক ১৭
শ্লোক ১৭
যো ন হৃষ্যতি ন দ্বেষ্টি ন শোচতি ন কাঙ্ক্ষতি |
শুভাশুভপৰিত্যাগী ভক্তিমান্যঃ স মে প্ৰিয়ঃ ||১২-১৭||
Translation
যি আনন্দিত নহয়, ঘৃণা নকৰে, শোক নকৰে আৰু কোনো বস্তুৰ আকাঙ্ক্ষা নকৰে; যি শুভ আৰু অশুভ সকলো কৰ্মৰ ফল ত্যাগ কৰিছে, তেনে ভক্তিমান পুৰুষ মোৰ প্ৰিয়।