বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৫০
শ্লোক ৫০
সঞ্জয় উবাচ |
ইত্যৰ্জুনং বাসুদেৱস্তথোক্ত্বা
স্বকং ৰূপং দৰ্শয়ামাস ভূয়ঃ |
আশ্বাসয়ামাস চ ভীতমেনং
ভূত্বা পুনঃ সৌম্যৱপুৰ্মহাত্মা ||১১-৫০||
Translation
সঞ্জয়ে ক’লে -- বাসুদেৱে অৰ্জুনক এইদৰে কৈ পুনৰ নিজৰ সৌম্য ৰূপ ধাৰণ কৰিলে আৰু সেই মহাত্মাই ভয়াতুৰ অৰ্জুনক আশ্বস্ত কৰিলে।