বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৩৩
শ্লোক ৩৩
তস্মাত্ত্বমুত্তিষ্ঠ যশো লভস্ব
জিত্বা শত্ৰূন্ ভুঙ্ক্ষ্ব ৰাজ্যং সমৃদ্ধম্ |
ময়ৈৱৈতে নিহতাঃ পূৰ্বমেৱ
নিমিত্তমাত্ৰং ভৱ সব্যসাচিন্ ||১১-৩৩||
Translation
সেয়ে তুমি উঠা, যশস্যা অৰ্জন কৰা, শত্ৰুক জয় কৰি ৰাজ্য ভোগ কৰা। ইহঁতক মই ইতিমধ্যে মাৰি থৈছোঁ, হে সব্যসাচিন! তুমি কেৱল নিমিত্ত মাত্ৰ হোৱা।