বিশ্বরূপদৰ্শনযোগ - শ্লোকসমূহ শ্লোক ১৭
শ্লোক ১৭
কিৰীটিনং গদিনং চক্ৰিণং চ
তেজোৰাশিং সৰ্বতো দীপ্তিমন্তম্ |
পশ্যামি ত্বাং দুৰ্নিৰীক্ষ্যং সমন্তাদ
দীপ্তানলাৰ্কদ্যুতিমপ্ৰমেয়ম্ ||১১-১৭||
অনুবাদ
মই আপোনাক কিৰীট, গদা আৰু চক্ৰধাৰী, তেজৰ পুঞ্জ, চাৰিওফালে প্ৰকাশমান, অগ্নি আৰু সূৰ্যৰ দৰে জ্যোতিৰ্ময়, দেখা পোৱাত অতি কঠিন আৰু অপ্ৰমেয় ৰূপত দেখিছোঁ।