বিভূতিযোগ - Verse শ্লোক ২৫
শ্লোক ২৫
মহৰ্ষীণাং ভৃগুৰহং গিৰামস্ম্যেকমক্ষৰম্ |
য়জ্ঞানাং জপযজ্ঞোহস্মি স্থাৱৰাণাং হিমালয়ঃ ||১০-২৫||
Translation
।।১০.২৫।। মই মহৰ্ষিসকলৰ মাজত ভৃগু আৰু বাণীৰ মাজত ওঙ্কাৰ; মই যজ্ঞসমূহৰ মাজত জপযজ্ঞ আৰু স্থাৱৰ বস্তুৰ মাজত হিমালয়।।