অৰ্জুনবিষাদযোগ - Verse শ্লোক ২
শ্লোক ২
সঞ্জয় উবাচ |
দৃষ্ট্বা তু পাণ্ডৱানীকং ব্যূঢ়ং দুৰ্যোধনস্তদা |
আচাৰ্যমুপসংগম্য ৰাজা বচনমব্ৰবীৎ ||১-২||
Translation
সঞ্জয়ে ক’লে -- পাণ্ডৱৰ সৈন্যবাহিনীৰ ব্যূহ ৰচনা দেখি ৰজা দুৰ্যোধনে সেই সময়ত আচাৰ্য দ্ৰোণৰ ওচৰলৈ গৈ এই বচন ক’লে।