গীতা মাহাত্ম্য - শ্লোকসমূহ শ্লোক ৩
শ্লোক ৩
मलनिर्मोचनं पूमसं जलस्नानं दिन प्रतिदिन
सक्रिद्गीतांभसि स्नानं संसारमलाणासनम्
অনুবাদ
মানুহে শৰীৰৰ মল ধুই পেলাবলৈ প্ৰতিদিনে পানীত স্নান কৰে, কিন্তু ভগৱানৰ গীতাৰূপী পৱিত্ৰ পানীত এবাৰ স্নান কৰিলে সংসাৰৰ সকলো পাপৰ মল নাশ হয়।