গীতা ধ্যান - শ্লোকসমূহ শ্লোক ৮
গীতা ধ্যান
শ্লোক ৮
মূকং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিম। যৎকৃপা তমহং বন্দে পরমানন্দমাধবম
অনুবাদ
যাৰ কৃপাত মূক ব্যক্তিও বাচাল হৈ পৰে আৰু পংগুৱেও পৰ্বত অতিক্ৰম কৰিব পাৰে, সেই পৰমানন্দ স্বৰূপ মাধৱক মই বন্দনা কৰোঁ।