জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ৩
শ্লোক ৩
মনুষ্যাণাং সহস্ৰেষু কশ্চিদ্যততি সিদ্ধয়ে |
যততামপি সিদ্ধানাং কশ্চিন্মাং বেত্তি তত্ত্বতঃ ||৭-৩||
Translation
সহস্ৰজন মানুহৰ মাজত কোনো এজনেহে সিদ্ধিৰ বাবে যত্ন কৰে, আৰু সেই যত্নশীল সিদ্ধসকলৰ মাজতো কোনো এজনেহে মোক তত্ত্বৰূপে জানে।