ধ্যানযোগ - Verse শ্লোক ৩৭
শ্লোক ৩৭
অৰ্জুন উবাচ |
অয়তিঃ শ্ৰদ্ধয়োপেতো যোগাচ্চলিতমানসঃ |
অপ্ৰাপ্য যোগসংসিদ্ধিং কাং গতিং কৃষ্ণ গচ্ছতি ||৬-৩৭||
Translation
অৰ্জুনে ক’লে— হে কৃষ্ণ! যিজনৰ শ্ৰদ্ধা আছে কিন্তু মন চঞ্চল হোৱাৰ বাবে যোগৰ পৰা বিচলিত হৈছে, তেনে অসম্পূৰ্ণ প্ৰয়াসৰ যোগীয়ে কি গতি লাভ কৰে?