ধ্যানযোগ - Verse শ্লোক ১৮
শ্লোক ১৮
যদা ৱিনিয়তং চিত্তমাত্মন্যেৱাৱতিষ্ঠতে |
নিঃস্পৃহঃ সৰ্বকামেশ্বো যুক্ত ইত্যুচ্যতে তদা ||৬-১৮||
Translation
যেতিয়া সংযত চিত্ত নিজৰ স্বৰূপত অৱস্থান কৰে আৰু সকলো কামনাৰ পৰা মুক্ত হয়, তেতিয়া সেই পুৰুষক যোগযুক্ত বুলি কোৱা হয়।