জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৯
শ্লোক ৯
জন্ম কৰ্ম চ মে দিব্যমেবং যো বেত্তি তত্ত্বতঃ |
ত্যক্ত্বা দেহং পুনৰ্জন্ম নৈতি মামেতি সোঽৰ্জুন ||৪-৯||
Translation
হে অৰ্জুন! মোৰ জন্ম আৰু কৰ্ম দিব্য, যি এই কথা তত্ত্বত জানে, তেওঁ দেহ ত্যাগ কৰি পুনৰ জন্ম গ্ৰহণ নকৰে; তেওঁ মোকহে প্ৰাপ্ত হয়।