জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৩৫
শ্লোক ৩৫
যজ্ঞ জ্ঞাত্বা ন পুনৰ্মোহমেৱং যাস্যসি পাণ্ডৱ |
যেন ভূতান্যশেষেণ দ্ৰক্ষ্যস্যামন্যথো ময়ি ||৪-৩৫||
Translation
যি জানিলে তুমি পুনৰ এনে মোহগ্ৰস্ত নহ’বা, আৰু হে পাণ্ডৱ! যাৰ দ্বাৰা তুমি সকলো ভূতক নিজৰ আত্মাত আৰু মোৰ মাজত দেখিবা।