জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৩১
শ্লোক ৩১
যজ্ঞশিষ্টা মৃতভুজো যান্তি ব্ৰহ্ম সনাতনম্ |
নায়ং লোকোঽস্ত্যযজ্ঞস্য কুতোঽন্যঃ কুৰুসত্তম ||৪-৩১||
Translation
হে কুৰুশ্ৰেষ্ঠ! যজ্ঞৰ অৱশিষ্ট অমৃত ভোজন কৰাসকলে সনাতন ব্ৰহ্ম প্ৰাপ্ত হয়। যজ্ঞহীন পুৰুষৰ এই লোকো নাই, পৰলোক কেনেকৈ হ’ব?