জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১৫
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ১৫
এবং জ্ঞাত্বা কৃতং কৰ্ম পূৰ্বৈৰপি মুমুক্ষুভিঃ |
কুৰু কৰ্মৈৱ তস্মাত্ত্বং পূৰ্বৈঃ পূৰ্বতৰং কৃতম্ ||৪-১৫||
Translation
পূৰ্বৰ মুমুক্ষুসকলেও এইদৰে জানিহে কৰ্ম কৰিছিল; গতিকে তুমিও পূৰ্বপুৰুষসকলে কৰি অহা কৰ্মই কৰা।