কৰ্মযোগ - শ্লোকসমূহ শ্লোক ১৯
কৰ্মযোগ
শ্লোক ১৯
তস্মাদসক্তঃ সততং কাৰ্যং কৰ্ম সমাচৰ |
অসক্তো হ্যাকৰন্কৰ্ম পৰমাপ্নোতি পূৰুষঃ ||৩-১৯||
অনুবাদ
সেয়ে তুমি সদায় আসক্তিহীন হৈ তোমাৰ কৰ্তব্য কৰ্ম কৰি থাকা। কাৰণ আসক্তিহীন হৈ কৰ্ম কৰা ব্যক্তিয়ে পৰমাত্মাক লাভ কৰে।