সাংখ্যযোগ - Verse শ্লোক ৫১
সাংখ্যযোগ
শ্লোক ৫১
কর্মজং বুদ্ধিযুক্তা হি ফলং ত্যক্ত্বা মনীষিণঃ |
জন্মবন্ধৱিনির্মুক্তাঃ পদং গচ্ছন্ত্যনামযম্ ||২-৫১||
শ্রীভগবানুবাচ
Translation
বুদ্ধিযুক্ত জ্ঞানীসকলে কৰ্মৰ ফল ত্যাগ কৰি জন্মৰ বন্ধনৰ পৰা মুক্ত হৈ নিৰাময় পদ লাভ কৰে।