মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭৮
শ্লোক ৭৮
যত্র যোগেশ্বৰঃ কৃষ্ণো যত্র পাৰ্থো ধনুৰ্ধৰঃ |
তত্র শ্ৰীৰ্বিজয়ো ভূতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম ||১৮-৭৮||
Translation
য’ত যোগেশ্বৰ শ্ৰীকৃষ্ণ আৰু য’ত ধনুৰ্ধৰ অৰ্জুন আছে, তাতেই শ্ৰী, বিজয়, বিভূতি আৰু ধ্ৰুৱ নীতি আছে - এয়াই মোৰ মত।