গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ২১
শ্লোক ২১
অৰ্জুন উবাচ |
কৈৰ্লিঙ্গৈস্ত্ৰীন্গুণানেতানতীতো ভৱতি প্ৰভো |
কিমাচাৰঃ কথং চৈতাংস্ত্ৰীন্গুণানতিৱৰ্ততে ||১৪-২১||
Translation
অৰ্জুনে ক’লে -- হে প্ৰভু! গুণাতীত পুৰুষৰ লক্ষণ কি? তেওঁৰ আচৰণ কেনেকুৱা আৰু তেওঁ কেনেকৈ এই তিনিটা গুণ অতিক্ৰম কৰে?