ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ২৭
শ্লোক ২৭
যাবৎসংজায়তে কিঞ্চিৎসত্ত্বং স্থাৱৰজঙ্গমম্ |
ক্ষেত্ৰক্ষেত্ৰজ্ঞসংযোগাত্তদ্বিদ্ধি ভৰতৰ্ষভ ||১৩-২৭||
Translation
হে ভৰতশ্ৰেষ্ঠ! যিমান স্থাৱৰ-জঙ্গম বস্তু উৎপন্ন হয়, সেই সকলো ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংযোগৰ পৰাই হয় বুলি জানিবা।