বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৪৩
শ্লোক ৪৩
পিতাতি লোকস্য চৰাচৰস্য
ত্বমস্য পূজ্যশ্চ গুৰুৰ্গৰীয়ান্ |
ন ত্বৎসমোঽস্ত্যভ্যধিকঃ কুতোঽন্যো
লোকত্ৰয়েঽপ্যপ্ৰতিমপ্ৰভাৱ ||১১-৪৩||
Translation
আপুনি চৰাচৰ জগতৰ পিতা, পূজ্য আৰু গুৰু। হে অপ্ৰতিম প্ৰভাৱশালী! তিনিও লোকত আপোনাৰ সমান কোনো নাই, আপোনাতকৈ শ্ৰেষ্ঠ কোনো কেনেকৈ হ’ব পাৰে?