বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
মদনুগ্রহায় পরমং গুহ্যমध्यात्मসংজ্ঞিতম্ |
যত্ত্বয়োক্তং বচস্তেন মোহোহয়ং বিগতো মম ||১১-১||
Translation
অৰ্জুনে ক’লে -- মোৰ প্ৰতি অনুগ্ৰহ কৰিবলৈ আপুনি যি পৰম গোপনীয়, আধ্যাত্মিক উপদেশ প্ৰদান কৰিলে, তাৰ দ্বাৰা মোৰ মোহ দূৰ হৈছে।