বিভূতিযোগ - Verse শ্লোক ৮
শ্লোক ৮
অহং সৰ্বস্য প্ৰভৱো মত্তঃ সৰ্বং প্ৰৱৰ্ততে |
ইতি মত্বা ভজন্তে মাং বুধা ভাৱসমন্বিতাঃ ||১০-৮||
Translation
।।১০.৮।। ময়েই সকলোৰে প্ৰভৱ স্থান; মোৰ পৰাই সকলো জগতৰ বিকাশ হয়, এই কথা জানি জ্ঞানীসকলে ভক্তিভাৱেৰে মোক ভজনা কৰে।।