অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ১৮
শ্লোক ১৮
অব্যক্তাদ ব্যক্তয়ঃ সর্বাঃ প্ৰভবন্ত্যহরাগমে |
ৰাত্ৰ্যাগমে প্ৰলীয়ন্তে তত্রৈবাব্যক্তসংজ্ঞকে ||৮-১৮||
Translation
ব্ৰহ্মাৰ দিনৰ আৰম্ভণিতে অব্যক্তৰ পৰা সকলো ব্যক্ত জগতৰ সৃষ্টি হয় আৰু ৰাতিৰ আগমনত সেই অব্যক্ততেই সকলো লীন হৈ যায়।