সাংখ্যযোগ - Verse শ্লোক ৩৩
সাংখ্যযোগ
শ্লোক ৩৩
অথ চেত্ত্বমিমং ধর্ম্যং সংগ্রামং ন কৰিষ্যসি |
ততঃ স্বধর্মং কীর্তিং চ হিত্বা পাপমৱাপ্স্যসি ||২-৩৩||
শ্রীভগবানুবাচ
Translation
আৰু যদি তুমি এই ধৰ্মযুদ্ধ নকৰা, তেন্তে নিজৰ ধৰ্ম আৰু কীৰ্তি হেৰুৱাই পাপৰ ভাগী হ’বা।