ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ২৯
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ২৯
সমং পশ্যন্হি সৰ্বত্ৰ সমৱস্থিতমীশ্বৰম্ |
ন হিনস্ত্যাত্মনাত্মানং ততো যাতি পৰাং গতিম্ ||১৩-২৯||
Translation
সকলোতে সমভাৱে অৱস্থিত ঈশ্বৰক দেখি তেওঁ নিজৰ দ্বাৰা নিজক বিনাশ নকৰে, সেয়ে তেওঁ পৰম গতি লাভ কৰে।