বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৩৫
শ্লোক ৩৫
সঞ্জয় উবাচ |
এতচ্ছ্ৰুত্বা বচনং কেশৱস্য
কৃতাঞ্জলিৰ্বেপমানঃ কিৰীটী |
নমস্কৃত্বা ভূয় এৱাহ কৃষ্ণং
সগদ্গদং ভীতভীতঃ প্ৰণম্য ||১১-৩৫||
Translation
সঞ্জয়ে ক’লে -- কেশৱৰ এই বচন শুনি মুকুটধাৰী অৰ্জুনে হাতযোৰ কৰি, কঁপি কঁপি, ভয়ত গদ্গদ হৈ শ্ৰীকৃষ্ণক প্ৰণাম জনালে।