Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 14 শ্লোকসমূহ 27
গুণত্ৰয়বিভাগযোগ · শ্লোক ২৭
14.27
শ্লোক ২৭
ব্ৰহ্মণো হি প্ৰতিষ্ঠাহমমৃতস্যাব্যয়স্য চ |
শাশ্বতস্য চ ধৰ্মস্য সুখস্যৈকান্তিকস্য চ ||১৪-২৭||
অনুবাদ
কাৰণ মই অমৃত, অৱিনাশী ব্ৰহ্ম, শাশ্বত ধৰ্ম আৰু পৰম সুখৰ প্ৰতিষ্ঠা বা আশ্ৰয়।