Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 1 শ্লোকসমূহ 47
অৰ্জুনবিষাদযোগ · শ্লোক ৪৭
শ্লোক ৪৭
সঞ্জয় উবাচ |
এৱমুক্ত্ৱাৰ্জুনঃ সঙ্খ্য ৰথোপস্থ উপাৱিশত্ |
ৱিসৃজ্য সশৰং চাপং শোকসংৱিঘ্নমানসঃ ||১-৪৭||
অনুবাদ
সঞ্জয়ে ক’লে -- ৰণভূমিত শোকত উদ্বিগ্ন মনৰ অৰ্জুনে এইদৰে কৈ শৰসহ ধনু ত্যাগ কৰি ৰথৰ পিছফালে বহি পৰিল।