গীতা ধ্যান - শ্লোকসমূহ শ্লোক ২
শ্লোক ২
নমোঽস্তু তে ব্যাস বিশালবুদ্ধে ফুল্লারবিন্দায়তপত্রনেত্র। যেন ত্বয়া ভারততৈলপূর্ণঃ প্রজ্জ্বলিতো জ্ঞানময়ঃ প্রদীপঃ
অনুবাদ
হে বিশাল বুদ্ধি সম্পন্ন, বিকশিত পদুমৰ দৰে আয়তলোচন বেদব্যাস, আপোনাক নমস্কাৰ। আপুনি মহাভাৰতৰূপী তেলৰে পৰিপূৰ্ণ জ্ঞানময় প্ৰদীপ প্ৰজ্বলিত কৰি জগতক পোহৰাইছে।