গুণত্ৰয়বিভাগযোগ - শ্লোকসমূহ শ্লোক ২০
গুণত্ৰয়বিভাগযোগ
শ্লোক ২০
গুণানেতানতীত্য ত্ৰীন্দেহী দেহসমুদ্ভৱান্ |
জন্মমৃত্যুজৰাদুঃখৈৰ্বিমুক্তোঽমৃতমশ্নুতে ||১৪-২০||
অনুবাদ
দেহী পুৰুষে শৰীৰৰ কাৰণস্বৰূপ এই তিনিটা গুণ অতিক্ৰম কৰি জন্ম, মৃত্যু, জৰা আৰু দুখৰ পৰা মুক্ত হৈ অমৃতত্ব লাভ কৰে।