অৰ্জুনবিষাদযোগ - শ্লোকসমূহ শ্লোক ৩
শ্লোক ৩
পশ্যেতাং পাণ্ডুপুত্ৰাণামাচাৰ্য মহতীং চমূম্ |
ব্যূঢ়াং দ্ৰুপদপুত্ৰেণ তব শিষ্যেণ ধীমতা ||১-৩||
অনুবাদ
হে আচাৰ্য! আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদপুত্ৰৰ দ্বাৰা ব্যূহাকাৰত থিয় কৰোৱা পাণ্ডুপুত্ৰসকলৰ এই বিশাল সৈন্যবাহিনীক চাওক।